Blog
If you do good work for good clients,
it will lead to other good work for other good clients.
If you do good work for good clients,
it will lead to other good work for other good clients.
24.04.2025
বহুমুখী প্ৰতিভাসম্পন্ন এগৰাকী অসমীয়া এগৰাকী সফল ব্যৱসায়ী, গায়িকা, অভিনেত্ৰী, Costume Designer, Certified Makeup and Hair Stylist. প্ৰায় ১২ বছৰ ধৰি নতুন দিল্লীত বাস কৰা মন্দিতা গোস্বামীক অসমৰ মানুহে নতুনকৈ চিনি পাবলৈ আৰম্ভ কৰিছে। Myntra ৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মডেলৰ সৈতে বহু বছৰ কাম কৰা মন্দিতা গোস্বামীয়ে এইবাৰ Prag Cine Awards ত প্ৰতিশ্ৰুতি চিনেমাখনৰ বাবে লাভ কৰিছে Best Costume Designer Award. মন্দিতা গোস্বামীয়ে যোৰহাটত আৰম্ভ কৰিছে এটা Homestay
Click to View🔴আজিৰ অতিথি জনপ্ৰিয় সৌন্দৰ্য বিশেষজ্ঞা, বিউটি কেয়াৰ, অভিনেত্ৰী মন্দিতা গোস্বামী
Click to View